Not known Factual Statements About Assamese synonyms

আত্মবৰ্গ, আপোনজন, আপোন মানুহ, ইষ্ট-কুটুম্ব, ককাই-ভাই, কুটুম, কুটুম্ব, গিয়াতি, গোত-জ্ঞাতি,  জ্ঞাতি, পৰিজন, মিতিৰ, সগোত্ৰ, সগোত্ৰীয়, সবৰ্ণ, সম্বন্ধীয় মানুহ, স্বগণ, স্বজন, স্বজনবৰ্গ, স্বজাতি৷

A word While using the very same meaning as An additional in a similar language but typically with diverse implications and associations.

অপ্রকৃতিস্থ, উন্মত্ত, পগলা, পাগল, প্ৰমত্ত, প্রমদ, বলিয়া, বাতুল, বায়ুৰোগগ্ৰস্ত, বিকৃতমস্তিষ্ক, মতিচ্ছন্ন, মত্ত, ক্ষিপ্ত৷

চক্ৰ, বৈঠক, মজলিচ, মেল, সভা, সন্মিলন, সন্মেলন, সম্মিলন, সম্মেলন৷

আঁতিগুৰি, গুৰিকথা, পুৰাবৃত্ত, বৃত্তান্ত৷  

অধোগামী, অধোনমিত, অধঃপতিত, অৱনমিত, নিম্নগামী৷

পিৰ্পিৰণি, সিৰ্সিৰণি, ৰম্ৰমনি, জিন্জিননি, ভক্ভকনি, উক্মুকনি, খোঁচনি-বিন্ধনি৷

অন্তকাল, অন্তিম কাল, অন্তিম দশা, অন্তিম সময়, নিদানকাল, মৰণকাল, মৰণদশা, মুমূৰ্ষা,মৃত্যুকাল৷

অংগক, অপঘন, ইন্দ্ৰিয়ায়তন, কন্ধ, গা, গাত্ৰ, তনু, তনুৰুচি, দেহপিঞ্জৰ, দেহ, দেহভৃৎ, বপু, বিপোষ, ভোগায়তন, শৰীল, শৰীৰ৷

আন্তৰিকতা, ঘনিষ্ঠতা, নিভৃততা, নিভৃতি, সৌহাৰ্দ্য, হাৰ্দিকতা৷

অগণন, অগণনীয়, অগণিত, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

বহা কাৰ্য, বহন, উপবেশন, here উপৱেশ, আসন গ্ৰহণ৷ যোগাসন, যোগ, যোগ-ব্যায়াম৷ চকী, মাচিয়া৷

Leave a Reply

Your email address will not be published. Required fields are marked *